সহজে আৰু সুবিধাজনক ভাবে অসমীয়া স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ আৰু সংখ্যাসমূহ কেনেকৈ লিখিব লাগে তাৰ উদ্দেশ্যৰেই এই অআকখ সঁজুলিবিধ বনোৱা হৈছে ।

আশা কৰোঁ ই অসমীয়া শিকাৰুক সহায় কৰিব ।

যদি আপুনি সঁজুলিবিধ ব্যৱহাৰ কৰি ভাল পাইছে আমালৈ তলৰ ঠিকনাটিত লিখিবলৈ নাপাহৰিব -

oakokho.group@gmail.com

 

ইতি,
অআকখ গোট